উদ্যমিতা প্ৰতিষ্ঠানৰ পদক্ষেপ

0 279

ভাৰত চৰকাৰৰ সূক্ষ্ম ,ক্ষুদ্ৰ, আৰু মজলীয়া ৰাষ্ট্ৰীয় অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি লগতে সম্ভাৱনাময় উদ্যোগীসকলৰ বিকাশৰ বাবে ভাৰতীয় উদ্যমীতা প্ৰতিষ্ঠান চমুকৈ আই আই ই এ আয়োজন কৰিছে এলানী আৱাসীক সক্ষমতা সৃষ্টি প্ৰশিক্ষণ কাৰ্যসূচীৰ । মূলত নতুনকৈ ব্যৱসায় আৰম্ভ কৰি সফল ভাবে আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায় কৰাৰ লক্ষ্যৰে এই প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰা হৈছে। ইয়াৰ উপৰিও ব্যৱসায়িক সক্ষমতা, জ্ঞান, দক্ষতা বৃদ্ধি ব্যৱসায়িক ক্ষেত্ৰৰ প্ৰতি অধিক আকৰ্ষণ  এই কাৰ্যসূচীৰ আন এক লক্ষ্য। এই উদ্দেশ্য ১৮ জুনত এক সংবাদ মেলৰ আয়োজন কৰি বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ লক্ষ্য উদেশ্যৰ বিষয়ে সবিশেষ ব্যক্ত কৰে।

Leave A Reply

Your email address will not be published.