ভাৰত চৰকাৰৰ সূক্ষ্ম ,ক্ষুদ্ৰ, আৰু মজলীয়া ৰাষ্ট্ৰীয় অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি লগতে সম্ভাৱনাময় উদ্যোগীসকলৰ বিকাশৰ বাবে ভাৰতীয় উদ্যমীতা প্ৰতিষ্ঠান চমুকৈ আই আই ই এ আয়োজন কৰিছে এলানী আৱাসীক সক্ষমতা সৃষ্টি প্ৰশিক্ষণ কাৰ্যসূচীৰ । মূলত নতুনকৈ ব্যৱসায় আৰম্ভ কৰি সফল ভাবে আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায় কৰাৰ লক্ষ্যৰে এই প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰা হৈছে। ইয়াৰ উপৰিও ব্যৱসায়িক সক্ষমতা, জ্ঞান, দক্ষতা বৃদ্ধি ব্যৱসায়িক ক্ষেত্ৰৰ প্ৰতি অধিক আকৰ্ষণ এই কাৰ্যসূচীৰ আন এক লক্ষ্য। এই উদ্দেশ্য ১৮ জুনত এক সংবাদ মেলৰ আয়োজন কৰি বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ লক্ষ্য উদেশ্যৰ বিষয়ে সবিশেষ ব্যক্ত কৰে।
Trending
- কামৰূপ মহানগৰ জিলাৰ পাঁচ স্থানত অৰুণোদয় ৩.০ ৰ শুভাৰম্ভ
- বিশ্বকৰ্মা মূৰ্তি নিমজ্জন প্ৰক্ৰিয়া আয়োজন
- National Lok Adalat & Consumer Awareness Programme on Lok Adalat Organized
- ডিমৰীয়া মহাবিদ্যালয়ত বিশ্ব অ’জন দিৱস ২০২৪ৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান
- দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপো মাৰ্টত কালিৰেপৰা অনুষ্ঠিত হৈছে চেমিকন ইণ্ডিয়া২০২৪’ সন্মিলন
- Career Counselling Seminar held at ADBU
- এয়াৰটেল ফাইনান্সে আৰম্ভ কৰিছে নতুন আঁচনি
- সুধাকন্ঠৰ সমাধি ক্ষেত্ৰত অনুষ্ঠিত হ’ল স্মৃতি তৰ্পণ অনুষ্ঠান
- জুবলী ফাউণ্ডেচনৰ উদ্যোগত মৃতকৰ অংগদান কৰ্মশালা
- এয়াৰটেলে তীব্ৰতৰ বাউজিং গ্ৰাহকক প্ৰদান কৰিছে