ভাৰত চৰকাৰৰ সূক্ষ্ম ,ক্ষুদ্ৰ, আৰু মজলীয়া ৰাষ্ট্ৰীয় অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি লগতে সম্ভাৱনাময় উদ্যোগীসকলৰ বিকাশৰ বাবে ভাৰতীয় উদ্যমীতা প্ৰতিষ্ঠান চমুকৈ আই আই ই এ আয়োজন কৰিছে এলানী আৱাসীক সক্ষমতা সৃষ্টি প্ৰশিক্ষণ কাৰ্যসূচীৰ । মূলত নতুনকৈ ব্যৱসায় আৰম্ভ কৰি সফল ভাবে আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায় কৰাৰ লক্ষ্যৰে এই প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰা হৈছে। ইয়াৰ উপৰিও ব্যৱসায়িক সক্ষমতা, জ্ঞান, দক্ষতা বৃদ্ধি ব্যৱসায়িক ক্ষেত্ৰৰ প্ৰতি অধিক আকৰ্ষণ এই কাৰ্যসূচীৰ আন এক লক্ষ্য। এই উদ্দেশ্য ১৮ জুনত এক সংবাদ মেলৰ আয়োজন কৰি বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ লক্ষ্য উদেশ্যৰ বিষয়ে সবিশেষ ব্যক্ত কৰে।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন