এন আৰ এলৰ কৰ্মচাৰীয়ে বান সাহাৰ্য্য পুঁজিলৈ অনুদান আগবঢ়ালে

0 275

বন্যাৰ্তসকললৈ সহায়ৰ হাত আগবঢ়াইছে এন আৰ এলৰ কৰ্মচাৰী সকলে।উল্লেখযোগ্য যে এন আৰ এলৰ কৰ্মচাৰী সকলে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ ২৩.২২লাখ টকা আগবঢ়াইছে ।এন আৰ এলৰ কেবাগৰাকী কৰ্মচাৰীৰ উপস্থিতিত কোম্পানীটোৰ মহাপ্ৰবন্ধক ডি চৌধুৰীয়ে ২৩. ২২লাখ টকাৰ চেক খন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অৰ্পন কৰে।ইতিপূৰ্বেও এন আৰ এলে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ ১কোটি টকাৰ অনুদান আগবঢ়াইছিল।

Leave A Reply

Your email address will not be published.