ৰাজ্যৰ সৰ্বত্ৰে দীপাৱলীৰ ব্যাপক উৎসাহ উদ্দীপনা মাজতে এখন ছাত্ৰাবাসৰ আবাসীসকলে গ্ৰহণ কৰা ব্যতিক্ৰমী প্ৰচেষ্টাই ইতিবাচক প্ৰভাৱ পেলাইছে। যিটো সময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক বিলে সমগ্ৰ অসমবাসী ৰাইজক চিন্তিত কৰি তুলিছে ,তেনে সময়তে অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ৰ ৰজনী কান্ত বৰদলৈ ছাত্ৰাবাসৰ আৱাসী ছাত্ৰ সকলে চাকিৰ পোহৰেৰে পুনৰ এবাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিলে। আজিৰ ছাত্ৰ কালিৰ নাগৰিক দেশ আৰু জাতিৰ স্বাৰ্থত ছাত্ৰ সমাজে সদায় অগ্ৰণী ভূমিকা পালন কৰি আহিছে এই কথা পুনৰ এবাৰ প্ৰমাণ কৰিলে একাংশ কটনিয়ানে।
Trending
- সুধাকন্ঠৰ সমাধি ক্ষেত্ৰত অনুষ্ঠিত হ’ল স্মৃতি তৰ্পণ অনুষ্ঠান
- জুবলী ফাউণ্ডেচনৰ উদ্যোগত মৃতকৰ অংগদান কৰ্মশালা
- এয়াৰটেলে তীব্ৰতৰ বাউজিং গ্ৰাহকক প্ৰদান কৰিছে
- গুৱাহাটী কবি কিশোৰ কুমাৰ জৈনৰ দুখনকৈ কাব্যগ্ৰন্থ উন্মোচন
- তামুলপুৰত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সম্পৰ্কীয় প্ৰশিক্ষণ
- এণ্ড্ৰিউ ইউল এণ্ড কোম্পানীৰ অধীনস্থ চাহ বাগিচাৰ অচল অৱস্থা দূৰীকৰণৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা
- Teachers’ Day Celebration in Chirang District Highlights Educational Advancements and Achievements
- ই পি মিডিয়া ফ’ৰাম চাউথ কামৰূপৰ প্ৰতষ্ঠা দিৱস উদযাপন
- এইচডিএফচি বেংকে গ্ৰাহক অভিজ্ঞতা উন্নত কৰিবলৈ নতুন বৈশিষ্ট্যৰে ইউপি আই আৰু চি বি ডি চি উন্মোচন কৰে
- 31st Annual General Meeting of Numaligarh Refinery Limited held