ৰাজ্যৰ সৰ্বত্ৰে দীপাৱলীৰ ব্যাপক উৎসাহ উদ্দীপনা মাজতে এখন ছাত্ৰাবাসৰ আবাসীসকলে গ্ৰহণ কৰা ব্যতিক্ৰমী প্ৰচেষ্টাই ইতিবাচক প্ৰভাৱ পেলাইছে। যিটো সময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক বিলে সমগ্ৰ অসমবাসী ৰাইজক চিন্তিত কৰি তুলিছে ,তেনে সময়তে অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ৰ ৰজনী কান্ত বৰদলৈ ছাত্ৰাবাসৰ আৱাসী ছাত্ৰ সকলে চাকিৰ পোহৰেৰে পুনৰ এবাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিলে। আজিৰ ছাত্ৰ কালিৰ নাগৰিক দেশ আৰু জাতিৰ স্বাৰ্থত ছাত্ৰ সমাজে সদায় অগ্ৰণী ভূমিকা পালন কৰি আহিছে এই কথা পুনৰ এবাৰ প্ৰমাণ কৰিলে একাংশ কটনিয়ানে।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন