কাঁ চলচিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিলে ৰীমা দাসে

0 218

কাঁ চলচিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিল ভিলেজ ৰক ষ্টাৰ খ্যাত ৰীমা দাসে।ভিলেজ ৰকষ্টাৰ আৰু বুলবুল কেন ছিং ছবিৰ জৰিয়তে খ্যাতি লাভ কৰা ৰীমা দাসে পেভিলিয়নৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰে।দেশৰ চলচিত্ৰ সম্পৰ্কত জুৰিৰ বিচাৰকৰ সৈতে মত বিনিময় এটা অনুষ্ঠানত অংশ লয়।এই অনুষ্ঠানটো মুকলি কৰে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব অমিত খাৰেই।

Leave A Reply

Your email address will not be published.