শিক্ষক দিৱসৰ দিনা ৰাধাকৃষ্ঞণনক শ্ৰদ্ধা জনাই তেজপুৰৰ এজন শিল্পীয়ে কাগজেৰে ৰাধাকৃষ্ঞণনৰ মুখাৱয় প্ৰস্তুত কৰিছে।পেছাত শিক্ষক যীশু জ্যোতি হাজৰিকা নামৰ শিল্পীজনে পেলনীয়া কাগজ, আঠা, মাটিৰে মুখাৱয় প্ৰস্তুত কৰিছে।জানিব পৰা প্ৰায় ৪দিনৰ ভিতৰত এই কাম সমাপন হৈছে।এই ক্ষেত্ৰত তেখেতক ৰঞ্জন শইকীয়াই সহযোগ কৰিছে বুলি এন ই ফ’কাচ ডট কমলৈ এক বাৰ্তা প্ৰেৰণ কৰিছে।
Trending
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ উদ্যোগত মালিগাঁৱত “হেঁপাহৰ ভোগালী” শীৰ্ষক অনুষ্ঠান
- আজি ইউনেস্ক’ৰ মুখ্য কাৰ্যালয়ত চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰমাণ পত্ৰ গ্ৰহণ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৰ্বভাৰতীয় আন্তঃমণ্ডল গুৱাহাটী ক্ৰিকেট প্ৰতিযোগিতাত পশ্চিম মণ্ডল চেম্পিয়ন
- মহানগৰীত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ
- কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ সজাগতা সভা
- চাকৰি এৰি ব্যৱসায়েৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে প্ৰশান্তমণিয়ে
- সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ সোণ আৰু ব্ৰঞ্জৰ পদক লাভ
- Bureau of Indian Standards Celebrates 78th Foundation Day at Guwahati
- বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এটা বছৰত ৬,৫১৯ টা গৰু জব্দ , ৯৭ জন ভাৰতীয় আৰু ৩৬ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ
- ৫ জানুৱাৰীত ১৩ সংখ্যক বেদান্ত বাচস্পতি ৰাধানাথ ফুকন স্মাৰক বক্তৃতা
NE Focusলৈ মোৰ আন্তৰিক ধন্যবাদ মোৰ কৰ্মৰাজিক প্ৰকাশ কৰাৰ বাবে