শিক্ষক দিৱসৰ দিনা ৰাধাকৃষ্ঞণনক শ্ৰদ্ধা জনাই তেজপুৰৰ এজন শিল্পীয়ে কাগজেৰে ৰাধাকৃষ্ঞণনৰ মুখাৱয় প্ৰস্তুত কৰিছে।পেছাত শিক্ষক যীশু জ্যোতি হাজৰিকা নামৰ শিল্পীজনে পেলনীয়া কাগজ, আঠা, মাটিৰে মুখাৱয় প্ৰস্তুত কৰিছে।জানিব পৰা প্ৰায় ৪দিনৰ ভিতৰত এই কাম সমাপন হৈছে।এই ক্ষেত্ৰত তেখেতক ৰঞ্জন শইকীয়াই সহযোগ কৰিছে বুলি এন ই ফ’কাচ ডট কমলৈ এক বাৰ্তা প্ৰেৰণ কৰিছে।
1 Comment
NE Focusলৈ মোৰ আন্তৰিক ধন্যবাদ মোৰ কৰ্মৰাজিক প্ৰকাশ কৰাৰ বাবে