কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শনৰ বাবে দেশ-বিদেশৰ অহা পৰ্যটকৰ সুবিধাৰ বাবে শীৰ্ঘে কাজিৰঙাত স্থাপন হ’ব অত্যাধুনিক সা- সুবিধাযুক্ত পঞ্চতাৰকা ৰিৰ্জট ৷অসম চৰকাৰৰ পৰ্যটন আঁচনিৰ অধীনত অসম পৰ্যটন উন্নয়ন নিগম তত্ত্বাৱধানত নিৰ্মাণ হ’বলগীয়া ৰিৰ্জট খনৰ প্ৰাৰম্ভিক কামকাজ ইতিমধ্যে আৰম্ভ কৰিছে ৷অসম চৰকাৰৰ ৰাজহ বিভাগৰ অনুমোদনক্ৰমে বোকাখাত মহকুমাধিপতি কাৰ্যালয়ে ৰিৰ্জট নিৰ্মাণৰ বাবে কাৰ্বি আংলংৰ নামনিৰ প্ৰাকৃতিক নৌৰ্সগিক দৃশ্যৰে ভৰপুৰ হাতীখুলি চাহ বাগিচাৰ কাষতে থকা ৩০ বিঘা ভূমি এ টি ডি চিলৈ হস্তান্তৰ কৰে৷পঞ্চতাৰকা ৰিৰ্চট খনৰ নিৰ্মাণ বাবে পৰ্যটন উন্নয়ন নিগমৰ সতে বুজাবুজি চুক্তি সম্পাদন হয় হায়াত গ্ৰুপৰে ৷ দুবছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হ’বলগীয়া পঞ্চতাৰকাযুক্ত ৰিৰ্জট খনে দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব বুলি আশা কৰে পৰ্যটন উন্নয়ন নিগমে ৷
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন