মানুহ মানুহৰ বাবে শীৰ্ষক শ্লোগানেৰে কালিলৈ ৰাইজমেল অনুষ্ঠিত হ’ব কামৰূপৰ জিলাৰ বামুনি গাঁওৰ ভোৰকিবাৰীত।এই অনুষ্ঠানত উপস্থিত থাকিব আন্তৰ্জাতিক শান্তিৰ বাৰ্তাবাহক মানৱ অধিকাৰ তথা সমাজকৰ্মী ড° দিব্যজ্যোতি শইকীয়া। অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা পৰিষদৰ উদ্যোগত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সহযোগত ভোৰকিবাৰীত এই অনুষ্ঠানত অনুষ্ঠিত হ’ব।উল্লেখযোগ্য যে ড° দিব্যজ্যোতি শইকীয়াই সবল দাবীতেই অসমত অন্ধবিশ্বাস বিৰোধী তথা ডাইনী কাণ্ড প্ৰতিৰোধী আইন প্ৰণয়ন হয়।
Trending
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ