কাৰ্যনিৰ্বাহক সভা আয়োজন

0 199

অহা ৯ছেপ্টেম্বৰত গুৱাহাটীস্থিত দেশভক্ত তৰুণ ৰাম ফুকন ইনডৰ ষ্টেডিয়ামৰ অসম অলিম্পিক এচ’চিয়েছনৰ কনফাৰেন্স হলত অসম টেবুল টেনিছ সন্থাৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব। পুৱা ১০.৩০বজাত অনুষ্ঠিত হ’ব লগীয়া এই কাৰ্যনিৰ্বাহক সভাখনত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা হ’ব।

কাৰ্যনিৰ্বাহক সভা খনৰ সংবিধানৰ খচৰা প্ৰস্তুত কৰা,চলিত বৰ্ষৰ আন্তঃজিলা আৰু ৰাজ্যিক চেম্পিয়নশ্বিপৰ তাৰিখ আৰু স্থান কাৰ্যনিৰ্বাহক সভাত চূড়ান্ত কৰা ইত্যাদিৰ বিষয় সমূহ আলোচনা কৰা হ’ব।

Leave A Reply

Your email address will not be published.