কা’ৰ প্ৰতিবাদৰ পিছত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে কণ্ঠ নিগৰাইছে খেলো ইণ্ডিয়াৰ এক থীম চঙত।ইতিমধ্যে থীম চংটো চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে।গীতটোৰ জৰিয়তে শিল্পীগৰাকীয়ে খেলুৱৈ সকলক যথেষ্ট উৎসাহেৰে খেলাৰ বাবে অনুপ্ৰেৰণা যোগাইছে।নিজৰ ওপৰত বিশ্বাস ৰাখি খেলৰ জৰিয়তে বিশ্ববাসীৰ আগত দেশৰ নাম উজলাই তুলিবলৈ আহ্বান জনাইছে ।উল্লেখযোগ্য যে অহা জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ খেলো ইণ্ডিয়াৰ অনুষ্ঠান অনুষ্ঠিত হ’ব ।ইতিপূৰ্বেও দুবাৰকৈ গুৱাহাটীত খেলো ইণ্ডিয়াৰ অনুষ্ঠান অনুষ্ঠিত হৈছিল।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন