খেল ৰত্নৰ বাবে মনোনীত হৈছে হিমা দাসৰ নাম

0 265

খেল ৰত্ন সন্মানৰ বাবে মনোনীত হৈছে ধিং এক্সপ্ৰেছ নামে খ্যাত হিমা দাস। ২০ বছৰীয়া এই এথলিট গৰাকীক অসম চৰকাৰে ক্ৰীড়া মন্ত্ৰণালয়ে মনোনীত কৰিছে।
 
 
 
উল্লেখযোগ্য যে ২০২০বর্ষত ৬ গৰাকী খেলুৱৈৰ নাম খেল ৰত্নৰ বাবে মনোনীত হৈছে । হিমা দাসৰ উপৰিও ৰোহিত শৰ্মা, নীৰজ চোপ্ৰা ,বিনেশ ফোগাট, মণিকা বাত্ৰা আৰু ৰাণী ৰামপালৰ নাম মনোনীত হৈছে।

Leave A Reply

Your email address will not be published.