গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অধীনৰ স্নাতকোত্তৰ চুড়ান্ত পৰীক্ষা অনলাইন যোগে অনুষ্ঠিত হ’ব । ইপিনে স্নাতকোত্তৰ মহলাৰ পৰীক্ষা সমূহ অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমৰ জড়িয়তে অনুষ্ঠিত হ’ব। গুৱাহাটী মহাবিদ্যালয় পঞ্জীয়কে এক জাননী যোগে এই কথা প্ৰকাশ কৰিছে।ক’ৰণাৰ ভয়াবহ পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। জাননীত উল্লেখ কৰা অনুসৰি এই নিৰ্দেশনাৰ sop পৰীক্ষা নিয়ন্ত্ৰকে অচিৰেই প্ৰকাশ কৰিব বুলি উল্লেখ কৰিছে।
Trending
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি