মৰিয়নিৰ সমীপৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী বৃহত্তৰ জঙ্ঘল ব্লক অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান জঙ্ঘল ব্লক হাইস্কুলৰ উদ্যোগত বিগত বৰ্ষ সমূহৰ দৰে এই বছৰো বছৰৰ প্ৰথম দিনটোত গ্ৰন্থ ভিক্ষা অভিযান অনুষ্ঠিত হয়।এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰি দিনটোৰ কাৰ্যসূচী মুকলি কৰে । ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলে শোভাযাত্ৰা কৰি আমাক গ্ৰন্থ দিয়ক, আমাক পঢ়িবলৈ দিয়ক আদি শ্লোগান দিয়ে। ছাত্ৰ ছাত্ৰীৰ এনে আহ্বানৰ প্ৰতি সহাৰি জনাই অঞ্চলটোৰ ডেৰ শতাধিক লোকে গ্ৰন্থ দান কৰে। উল্লেখযোগ্য যে বিগত বিগত কেবাবছৰ ধৰি বছৰৰ প্ৰথম দিনটোত বিদ্যালয় খনে ভিক্ষা অভিযান নামৰ কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে।
Trending
- তামুলপুৰত সমাগত বিটিচি নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনামূলক বৈঠক
- SEBI and NSE Join Forces to Protect Investors from Financial Frauds
- ৰাজ্যৰ জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়া,মুখ্য অভিযন্তাৰে মন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা বৈঠক
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা