ছাত্ৰ সন্থাই মাস্ক বিতৰণ কৰিলে বালাডোবাত

0 298

সমগ্ৰ দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো বৃদ্ধি পাইছে ক’ৰণা ভাইৰাছত আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। সেয়ে ক’ৰণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আজি বালাডোবা আৰু ছেবলটাৰী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত বালাডোবা আৰু ছেবলটাৰী অঞ্চলত আজি মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে৷প্ৰায় ৫০০লোকৰ মাজত ছাত্ৰ সন্থাই বিতৰণ কৰে৷এই বিতৰণ কাৰ্য়সূচীত ছাত্ৰ সন্থাৰ সভাপতি মনিৰুল ইছলাম আৰু সাধাৰণ সম্পাদক ছানোৱাৰ হুছেইনে অংশগ্ৰহণ কৰে।ছাত্ৰ সন্থাৰ এই প্ৰচেষ্টাক স্থানীয় ৰাইজে শলাগ লয়।
খবৰ যুগুতালে চামিম জাকাৰিয়াই..

Leave A Reply

Your email address will not be published.