ছুইগিৰ বয়ে যোগান ধৰিব নিত্য ব্যৱহাৰ্য্য সামগ্ৰী

0 291

লকডাউনৰ পিছত কৰ্মহীন পৰা ছুইগি, এমাজন, ফ্লিপকাৰ্টৰ ডেলিভাৰী বয়লৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে যোৰহাট জিলা প্ৰশাসনে।
 
 
 
কৰ্মহীন হৈ পৰা এই যুৱকসকলক প্ৰশাসনে জিলাখনৰ ডেলিভাৰী বয় হিচাপে নিয়োজিত কৰিব।তেওঁলোকে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ দোকানৰ পৰা যোগান ধৰিব।
 
এই সম্পৰ্কত জিলা উপায়ুক্ত ৰশ্নি এ ক’ৰাটিয়ে কয় যে এই ডেলিভাৰী বয় সকলে অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিব।উল্লেখযোগ্য যে জিলাখনত শনিবাৰৰ পৰা এই কাৰ্য্য আৰম্ভ হ’ব ।স্মৰ্তব্য যে লক ডাউন পিছত গেলামালৰ দোকান সমূহত অযথা ভিৰ কৰা পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.