বিহু বতৰৰ এখন ভাল লগা চিত্ৰ।যিখন চিত্ৰ দেখি প্ৰত্যেকজন অসমীয়াই গৌৰৱ কৰে।প্ৰত্যেকবাৰৰ দৰে এইবাৰো বিহুত পৰম্পৰাগত সাজপাৰ পৰিধান কৰি পে’ট্ৰল পাম্পৰ কৰ্মচাৰী সকলে কৰ্তব্য সম্পাদন কৰিছে।গোৱালপাৰা জিলাৰ কৃষ্ঞাইৰ এটা পে’ট্ৰল পাম্পৰ কৰ্মচাৰী সকলে অসমীয়া সাজপাৰ পৰিধান কৰি কালি এনেদৰে কৰ্তব্য সম্পাদন কৰা চিত্ৰই চ’চিয়েল মেডিয়াত বিশেষ চৰ্চা লাভ কৰিছে ।জানিব পৰা মতে তেওঁলোকে পে’ট্ৰল ভৰাবলৈ অহা প্ৰত্যেকজন ব্যক্তিক অসমীয়া জলপানেৰে আপ্যায়ন কৰিছিল।
Trending
- চৰাইদেউ জিলা পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ অন্তৰ্গত আঞ্চলিক পঞ্চায়তৰ ফটোবিহীন খচৰা ভোটাৰ তালিকা প্ৰকাশ
- ভাৰতী এয়াৰটেলত নৱ সংযোজন
- কাঁহিকুছিৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত কাজু আৰু ক’ক খেতি বিষয়ক তিনিদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ
- মধ্য গুৱাহাটী বিধানসভা সমষ্টি পৰ্যায়ৰ খেল মহাৰণ ২.০ ৰ সফল সামৰণি
- গুৱাহাটীত বেডমিণ্টন প্ৰতিযোগিতা সম্পন্ন, ল’ৰা শ্ৰেষ্ঠ খেলুৱৈ ময়ুৰেশ দত্ত ছোৱালী শ্ৰেষ্ঠ খেলুৱৈ কৃতিকা তামূলী
- অসামৰিক সেৱালৈ নিৰ্বাচিত আতুৰ কাঠাৰক বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ সম্বৰ্ধনা
- উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হ’ব মহাকুম্ভ মেলা
- ডিচেম্বৰ মাহত খোৱাপানীৰ প্ৰায় ৯৫,৮৫৮টা নতুন সংযোগৰ বাবে আৱেদন মুকলি গুৱাহাটী জল ব’ৰ্ডৰ
- মালিগাঁওত উত্তৰ পূবৰ প্ৰথমটো বিৰলা ই বাইকৰ নতুন শ্ব’ৰূম মুকলি
- উৰিষ্যাত ৰাষ্ট্ৰীয় কুংফু প্ৰতিযোগিতাত অসমৰ শ্ৰেষ্ঠ দলৰ সন্মান লাভ