জামুগুৰিহাটত নাৰী দিৱস উদযাপন

0 297

নাৰীৰ সুৰক্ষা, সবলীকৰণ তথা সৰ্বাংগীন বিকাশৰ হেতু জন্ম লাভ কৰা Wariors এক জাগৰণ নাৰীত্ব” নামৰ সংগঠনটোৰ শোণিতপুৰ জিলা কমিটিয়ে মঙ্গলবাৰে জামুগুৰিহাটত উদযাপন কৰে আন্তৰ্জাতিক নাৰী দিৱস৷জামুগুৰিহাটৰ বাপুজী ভৱন প্ৰাঙ্গনত পতাকা উত্তোলন কৰাৰ পিছতেই দিনজোৰা কাৰ্যসুচীৰে অনুষ্ঠিত কৰা এই দিৱসৰ লগত সংগতি ৰাখি জিলা ভিত্তিত দিহানামৰ প্ৰতিযোগিতা আৰু পৰৱৰ্তী সময়ত মূল সভাৰ কাৰ্যসুচীত সমাজৰ লগতে সাহসৰে জীৱন বাটত আগুৱাই যোৱা কেইবাগৰাকীও আদৰ্শ নাৰীক সম্বৰ্ধনা জনায়৷এইসকল সাহসী নাৰীৰ ভিতৰত জামুগুৰিহাটৰ  ধৃতি কংকনা শইকীয়াকো সম্বৰ্দ্ধনা জনায়।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.