ড° অজন্তা বৰগোহাঁই ৰাজকোঁৱৰক অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিছে।তেখেত পূৰ্বে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ অধ্যাপিকা হিচাপে কৰ্মৰত আছিল । ইয়াৰ উপৰিও স্কুল অৱ কমাৰ্চ এণ্ড মেনেজমেণ্ট ছাইন্সৰো দীন হিচাপে কৰ্মৰত হোৱাৰ লগতে, চেণ্টাৰ ফ’ৰ মেনেজমেণ্ট ষ্টাডিছৰ অধ্যক্ষৰ দায়িত্বত আছিল বৰগোহাঁই।উল্লেখ্য যে, ইংলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ তিনিটা আন্তৰ্জাতিক প্ৰকল্পত জড়িত থকাৰ উপৰিও UGC আৰু NAACৰো সদস্য বৰগোহাঁই।কেইবাখনো গৱেষণা গ্ৰন্থ ৰচনা কৰাৰ সমান্তৰালকৈ তেওঁৰ তত্বাৱধানত বৰ্তমানলৈকে ১৮ গৰাকী শিক্ষাৰ্থীয়ে PhD আৰু ১৭জনে M.Phil ডিগ্ৰী লাভ কৰিছে।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন