যোৱা ২২ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ অনুষ্ঠিত হৈছে সদৌ অসম ৰক ক্লাইম্বিং আৰু দুঃসাহসিক শিবিৰ।১৫ সংখ্যক এই প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিছে অসম ৰক এণ্ড স্প’ৰ্ট ক্লাইম্বিংএছ’চিয়েছনে।এই শিবিৰত অসমৰ ভিন্ন প্ৰান্তৰ মুঠ ২৭ জন যুৱক যুৱতীয়ে অংশগ্রহণ কৰিছে।গুৱাহাটীৰ দাঁতি কাষৰীয়া বিভিন্ন শৈলক্ষেত্র আৰু পাহাৰীয়া অঞ্চলসমূহত প্ৰশিক্ষাৰ্থীসকলক প্ৰাকৃতিক আৰু কৃত্রিম শৈলাৰোহনৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।তাৰোপৰি পাহাৰীয়া নদী পাৰ হোৱাৰ কৌশল, জংগল ট্ৰেকিং,জংগলত নৈশযাপন কৰাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে।শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰি থকা চাবলৈ বহু লোকে ভিৰ কৰিছেহি।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে..
Trending
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ