দুটা ইতিবাচক খবৰ

0 293

PicsArt_07-02-07.34.06

২৪ জুন ২০১৭। Nefocus.com ত প্ৰকাশ পাছিল “Mr India” প্ৰতিযোগিতাত অসমৰ সাগৰ শীৰ্ষ এক লেখা। আমি সেই লেখাৰ জৰিয়তে জনাইছিলো Mr. India ৰ চুড়ান্ত প্ৰতিযোগিতালৈ সাগৰ ৰাওনা হোৱাৰ বিষয়ে। আজি জনাব বিচাৰিছো সাগৰ সফলতাৰে প্ৰতিযোগিতা কৃতকাৰ্য্য হোৱাৰ খবৰটো। এক টেলিফোনিক সাক্ষাৎকাৰত মুম্বাইৰ পৰা সাগৰ ঘোষে এনেদৰে জনালে… অসমবাসীৰ আৰ্শীবাদ আৰু শুভেচ্ছাৰ বাবে মই কৃতকাৰ্য্য হ’লো। অৱশ্যে মই মোৰ ফালৰ পৰাও যথেষ্ট প্ৰস্তুতি চলাইছিলো। বিচাৰকে খোজৰশৈলী চাই যথেষ্ট পছন্দ কৰিছিল। উল্লেখযোগ্য যে সাগৰে ইতিমধ্যে বহুকেইখন চিনেমা আৰু চিৰিয়েলত অভিনয়ৰ বাবে অফাৰ পাইছে।

IMG-20170702-WA0005

আনহাতে প্ৰকৃতিৰ সুৰক্ষা তথা পক্ষী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আজি চিৰিয়াখানৰ প্ৰাংগনত ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদ আৰু অসম প্ৰাকৃতিক কবি সন্মিলনৰ সৌজন্যত আজি এক গুৰুত্বপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। সজাগতা সভা, বিৰিখ আৰু পশু পক্ষীৰ সম্পৰ্কে এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। অনুষ্ঠানত বিভিন্ন প্ৰকৃতি প্ৰেমীৰ লগতে বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.