দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ গুৱাহাটী আগমনৰ পৰিপেক্ষিতত কামৰূপ মহানগৰ জিলাক ড্ৰোন উৰণ নিষিদ্ধ এলেকা ঘোষণা

0 148

দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ আগন্তুক গুৱাহাটী ভ্ৰমণৰ পৰিপেক্ষিতত অহা ৬ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈ আৰু ১৩ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈ কামৰূপ মহানগৰ জিলাক ড্ৰোন উৰণ নিষিদ্ধ এলেকা (No Drone Fly Zone) হিচাপে ঘোষণা কৰা হৈছে৷ এই সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশে এক নিৰ্দেশ জাৰি কৰে৷

Leave A Reply

Your email address will not be published.