দেৰগাঁৱৰ ব্ৰক্ষ্মপুত্ৰ অঞ্চলৰ এজন উদীয়মান সমাজকৰ্মী । নাম চাহাবুদ্দিন আহমেদ।ব্যক্তি গৰাকী নামেই এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক সকলো দিশতে জড়িত ব্যক্তিগৰাকী এগৰাকী সফল ব্যক্তি লগতে এগৰাকী আদৰ্শ খেতিয়ক হিচাপেও সমাজত স্বীকৃতি লাভ কৰিছে ।ব্যক্তিজনে নিজৰ প্ৰচেষ্টাৰে অতিমাৰী ক’ৰণা কালত বিগত বৰ্ষ প্ৰথম অৱস্থাৰে পৰা দৰিদ্ৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি এক প্ৰকাৰৰ বহু লোকৰ ত্ৰাণ কর্তা হিচাপে পৰিগণিত হৈছে।উল্লেখযোগ্য যে মঙলবাৰে ব্যক্তিজনে গ্ৰামাঞ্চলৰ বিভিন্ন গাঁৱলৈ গৈ দৰিদ্ৰ লোকৰ লগতে নগৰ অঞ্চলৰ বহু শ্ৰমিকৰ মাজত মাস্ক বিতৰণ কৰি ক’ভিড সজাগতা সৃষ্টি কৰে।ব্যক্তিগৰাকী এনে পদক্ষেপক সকলোৱে শলাগ লৈছে।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি