বিদেশৰ মাটিত ভাৰতীয় সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নাৰী উদ্যমী বঁটা ২০১৯ বৰ্ষত লাভ কৰিছে মধুমিতা ভূঞাই।ভাৰত চৰকাৰে প্ৰদান কৰা এই সন্মান উত্তৰাখণ্ডৰ ৰাজ্যপাল বেবীৰাণী মাৰিয়াই অলপতে প্ৰদান কৰে । উল্লেখযোগ্য যে প্ৰবাসী ভাৰতীয় মাজৰ পৰা তেখেতক এই বঁটাৰ বাবে নিৰ্বাচন কৰিছিল।শিৱসাগৰৰ কল্যাণ ভূঞাৰ জীয়ৰী মধুমিতা ভূঞাৰ লাভ কৰা এই সফলতাই সকলোকে আনন্দিত কৰি তুলিছে ।
Trending
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা
- মুম্বাইত গগনাৰ ৰঙালী বিহু উদযাপন