কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত প্ৰতিটো অঞ্চলত প্ৰতি বছৰে ৫ টা সমস্যাৰ ১ টা সমস্যা দুৰ কৰিব কমতাপুৰ শায়ত্ব শাসিত পৰিষদে এই বক্তব্য পৰিষদৰ মুখ্য পাৰিষদ গোকুল বৰ্মনৰ। মঙ্গলবাৰে পুনৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ ২০২১-২২ বৰ্ষৰ আৱণ্টিত পুঁজিৰ পৰা ৫ লাখ টকাকৈ ব্যয় সাপেক্ষে চাপৰ শালকোচাৰ হাপাপাৰা আৰু পুৰণা হাতীপোতাত দুটাকৈ পথৰ আধাৰশিলা স্থাপন কৰা হয়। পথ দুটাৰ শুভ উদ্বোধনী কাৰ্যসূচীত উপস্থিত থাকে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য পাৰিষদ গোকুল বৰ্মণ আৰু পৰিষদৰ সাধাৰণ সদস্য মুকুল বৰুৱা।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন