দুগৰাকী উদ্যোগী মহিলাৰ এক প্রচেষ্টাৰ ফলস্বৰূপে গুৱাহাটীত পোন প্ৰথমবাৰৰ কাৰণে মুকলি কৰা হ’ল পপ আপ ষ্টৰ। মহানগৰীৰ লেম্ব ৰোডত থকা মাটি চেণ্টাৰত আজি আনুষ্ঠানিকভাবে এই ষ্টৰ মুকলি কৰে জনপ্রিয় লেখক তথা সম্পাদিকা মাইনী মহন্ত আৰু ফেশ্বন ডিজাইনৰ ধীৰাজ ডেকা। উল্লেখযোগ্য যে পাট, মুগা আৰু এৰি কাপোৰত নতুন ধৰণে ডিজাইন কৰি ৰাইজৰ মাজলৈ আগবঢ়াইছে। ২০১২ চনৰ পৰা ফেশ্বনৰ লগত জড়িত হৈ জাহ্ণবী আৰু কৃষ্ণাগী গগৈয়ে আধুনিক ৰূপত পুৰুষ আৰু মহিলাৰ পোচাক প্ৰস্তুত কৰি উলিয়াইছে। কোনো সদাশয় ব্যক্তিয়ে পপ আপ ষ্টৰৰ বিষয়ে সবিশেষ জানিব ইচ্ছা কৰিলে www.jahnabi.in লগ ইন কৰিব পাৰিব।
Trending
- নৱম ৰাষ্ট্ৰীয় লন বল চেম্পিয়ন শ্বিপ অনুষ্ঠিত
- NDRF RESCUED A DISTRESSED CIVILIAN FROM RIVER BRAHMAPUTRA
- NDRF RESCUED A DISTRESSED CIVILIAN FROM RIVER BRAHMAPUTRA
- দীপৰ বিল পাচপাৰা সমবায় সমিতিৰ উদ্যোগত দীপৰ বিলত শৃংখলাবদ্ধভাবে সমূহীয়া মৎস চিকাৰৰ প্ৰস্তুতি
- অসম আৰক্ষীৰ মহা পৰিদৰ্শক ডঃ পাৰ্থ সাৰথি মহন্তক সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সাহসী বঁটা প্ৰদান
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত ২০২৪ সেৱা কাৰ্যসূচীৰ সামৰণি
- ধুবুৰীৰ ফকিৰগঞ্জত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী হাজৰীকাৰ, জৰুৰীকালীন খহনীয়া প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণৰ আশ্বাস
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত মধ্য, দক্ষিণ, দক্ষিণ-পূব এছিয়াৰ আন্তর্জাতিক সম্মিলনৰ আয়োজন
- শ্ৰদ্ধাঞ্জলি কাননত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত ব্যতিক্ৰমী কাৰ্যসূচী
- জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ বৈঠক সম্পন্ন