দুগৰাকী উদ্যোগী মহিলাৰ এক প্রচেষ্টাৰ ফলস্বৰূপে গুৱাহাটীত পোন প্ৰথমবাৰৰ কাৰণে মুকলি কৰা হ’ল পপ আপ ষ্টৰ। মহানগৰীৰ লেম্ব ৰোডত থকা মাটি চেণ্টাৰত আজি আনুষ্ঠানিকভাবে এই ষ্টৰ মুকলি কৰে জনপ্রিয় লেখক তথা সম্পাদিকা মাইনী মহন্ত আৰু ফেশ্বন ডিজাইনৰ ধীৰাজ ডেকা। উল্লেখযোগ্য যে পাট, মুগা আৰু এৰি কাপোৰত নতুন ধৰণে ডিজাইন কৰি ৰাইজৰ মাজলৈ আগবঢ়াইছে। ২০১২ চনৰ পৰা ফেশ্বনৰ লগত জড়িত হৈ জাহ্ণবী আৰু কৃষ্ণাগী গগৈয়ে আধুনিক ৰূপত পুৰুষ আৰু মহিলাৰ পোচাক প্ৰস্তুত কৰি উলিয়াইছে। কোনো সদাশয় ব্যক্তিয়ে পপ আপ ষ্টৰৰ বিষয়ে সবিশেষ জানিব ইচ্ছা কৰিলে www.jahnabi.in লগ ইন কৰিব পাৰিব।
Trending
- কমলপুৰৰ পখিয়াচুবা যুৱ সমাজৰ উদ্যোগত মহিলাৰ দিহানাম প্ৰতিযোগিতা সম্পন্ন
- তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি
- আপেন চিগনেল (Opensignal ) তথ্য অনুসৰি এয়াৰটেল হৈছে অসমৰ শীর্ষস্থানীয় মোবাইল নেটৱৰ্ক সেৱা প্রদানকাৰী
- মহিলাৰ দিহানাম প্ৰতিযোগিতা সম্পন্ন
- সামাজিক মাধ্যমত শুদ্ধ ৰূপত ভাষা চৰ্চাৰ লগতে ৰোমান লিপিৰে অসমীয়া লিখাৰ প্ৰৱণতা আমি পৰিহাৰ কৰা উচিত : সিংহল
- দুদিনীয়া কাৰ্য্যসূচীৰে গুৱাহাটীত অসম ফিজিঅ’কন ২০২৪
- জনসজাগতা মূলক কাৰ্য্যসূচী ৰূপায়ন
- পামহী আঞ্চলিক ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ আয়োজন -লাইখুটা স্থাপন
- লেখিকা সমাৰোহ সমিতিৰ বৈঠক সম্পন্ন
- বৰপেটা জিলাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিভিন্ন আচঁনিৰ ৰূপায়নৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিলে বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে