চলিত বিত্তীয় বৰ্ষলৈ মাজত আৰু দুটা দিন থকা অৱস্থাত অৰ্থাৎ আজিলৈকে ২৫২, ৫৯, ১৭, ১৮৫ ( দুশ বাৱন্ন কোটি উনাষাঠি লাখ সোতৰ হাজাৰ এশ পঁচাশী) টকাৰ ৰাজহ সংগ্ৰহেৰে পূৰ্বৰ সকলো অভিলেখ ভঙ্গ কৰে ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস নেতৃত্বাধীন পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ বিভাগৰ কাৰ্যালয়ে। ইফালে আজি সোমবাৰৰ দিনটোতো কামৰূপ মহানজৰ জিলা পৰিবহণ বিভাগে ২,৬৮,১৪, ৪৯০ (দুই কোটি আাঠসষ্ঠি লাখ চৈধ্য হাজাৰ চাৰিশ নব্বৈ ) টকাৰ সৰ্বাধিক সংখ্যক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে প্ৰথমবাৰৰ চলিত বিত্তীয় বৰ্ষত এনে অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হোৱাত বিভাগৰ বিষয়া-কৰ্মীসকল স্বাভাবিকতেই উৎফুল্লিত হৈ বিভাগটোৰ মুৰব্বী অথাৎ পৰিবহণ বিষয়া গৌতম দাসক অভিনন্দন জনাই তেওঁৰ নেতৃত্বত এই কাৰ্যালয়ৰ উত্তৰোত্তৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে ৷
Trending
- কাঁহিকুছিস্থিত গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত আয়োজিত পঞ্চায়তৰ সভাপতি সকলৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰিলে ৰাজ্য চৰকাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- এইচ ডি এফ চি বেংক ‘পৰিৱৰ্তনে দক্ষতা বিকাশ আৰু জীৱিকা প্ৰসাৰ কাৰ্যসূচীৰ অধীনত ৭.২ লাখৰো অধিক যুৱক-যুৱতীক প্ৰশিক্ষণ প্রদান
- ৰাণী সাহিত্য সভাৰ দিনযোৰা কাৰ্যসূচীৰে দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY