ফিনো বেংকৰ নৱ পদক্ষেপ

0 263

বেংকৰ সকলো ধৰণৰ সমস্যাক সমাধান কৰিবলৈ ফিনো বেংক আগবাঢ়ি আহিছে।
 
এই সম্পৰ্কে মহানগৰীৰ হোটেল গ্ৰেটৱেত আয়োজিত এক সংবাদ মেলত ফিনো বেংকৰ উত্তৰ পূবৰ মুৰব্বী অতুল ত্ৰিবেদীয়ে কয় যে ফিনোৱে গাঁৱৰ উদ্যমীক টাৰ্গেট কৰি বেংকিং সেৱা আগবঢ়াব।
বৰপেটা,দৰং,ধুবুৰী,মৰিগাঁও,নগাঁও,শোণিতপুৰ,তিনিচুকীয়ালৈ সম্প্ৰসাৰণ কৰিছে।গাঁৱৰ ৰাইজে সুলভ ভাৱে এই সেৱা লাভ কৰিব পৰিব।
উল্লেখযোগ্য যে ফিনো বেংকে ২০১৫চনৰ পৰা অসমত সেৱা আগবঢ়ায় আহিছে।

Leave A Reply

Your email address will not be published.