বিদেশটো সমাদৰ লাভ কৰিছে অসমৰ এগৰাকী চিত্ৰশিল্পীৰ চিত্ৰই

0 513

অসমৰ এগৰাকী চিত্ৰ শিল্পীৰ ছবি বিদেশটো সমাদৰ আছে।এই চিত্ৰশিল্পী গৰাকী নাম মুক্তা চাংমাই। ঘৰ তিনিচুকীয়া চাবুৱাত। এই চিত্ৰ শিল্পী গৰাকীয়ে চিত্ৰ শিল্পক পেছা হিচাপে নল’লেও যি ৰাপ সেই ৰাপৰ জৰিয়তে তেওঁ বিভিন্ন ঠাইত ইতিমধ্যে চিত্ৰ অংকনৰ ক্লাছ আৰম্ভ কৰিছে।জানিব পৰা মতে ৱাটাৰ কাৰ্লাৰ আৰু আই পেডত তেখেতে চিত্ৰ অংকন কৰে।মুক্তা চাংমাৰ ছবি ভিয়েটনাম, নেপাল, ইটালী আদি বিভিন্ন দেশলৈও গৈছে। উল্লেখযোগ্য যে তেখেতে অনলাইনৰ জৰিয়তেও চিত্ৰ শিল্পৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।

Leave A Reply

Your email address will not be published.