The Northeast venture fund চমুকৈ NEVFয়ে উত্তৰ পূৱব ষ্টাৰ্ট আপৰ বাবে বিনিয়োগ সমাৰোহ আয়োজন কৰিছে।ড`নাৰ আৰু এচ আই ডি বি আই বেংকৰ উদ্যোগত নেডফিয়ে এই সমাৰোহৰ অংশীদাৰ হৈছে।অলপতে এই সমাৰোহখন মুকলি কৰি নেডফিৰ পি ভি এচ এল এন মূৰ্তিয়ে কয় -এই সমাৰোহখনে প্ৰথম প্ৰজন্মৰ উদ্যমীসকলৰ ব্যৱসায়ক আগবঢ়ায় নিয়াৰ বাবে ফলপ্ৰসু হ`ব।উদ্ভাৱনীমূলক চিন্তা আৰু ব্যতিক্ৰম ধাৰণাৰে আগবঢ়া উদ্যমীসকলে প্ৰাধান্য লাভ কৰিব।বাচনিত অন্তভূৰ্ক্ত ষ্টাৰ্টআপ বিলাকে বিনিয়োগ প্ৰবন্ধক তথা উদ্যোগ বিশেষজ্ঞ কমিটিৰ সন্মুখত ষ্টাৰ্ট আপ সমূহৰ সম্পৰ্কে অৱগত কৰিব লাগিব।ইচ্ছুক ষ্টাৰ্টআপে ১৫ মাৰ্চলৈকে অনলাইনত আবেদন কৰিব পাৰিব।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা