বিমানকোঠত বিপণি উদ্বোধন

0 195


বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত যাত্ৰীসকলৰ সুবিধাৰ্থে ১৪ জুনত বহুকেইখন বিপণিৰ শুভ-উদ্বাধন কৰা হয়। বিপণি কেইখন ক্ৰমে ডব্লিউ কে লাইফ, তচী আৰু ফিলিং পাৰফিউম বিপণি কেইখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই। উদ্বোধনী ভাষণত বৰুৱাই কয় যে লণ্ডন প্ৰধান ইলেক্ট্ৰনীক কম্পেনী ডব্লিউ কে লাইফ, সাম্প্ৰতিক সময়ৰ ফেশ্বনক কেন্দ্ৰ কৰি তৈয়াৰ কৰা উন্নতমানৰ পোচাকব্ৰেণ্ড তচী আৰু ফিলিং পাৰফিউমৰ দৰে উন্নতমানৰ আতৰ প্ৰস্তুতকাৰী কোম্পানী সমূহে নিঃসন্দেহে বিমানকোঠত যাত্ৰীসকলৰ প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাত সফলতা লাভ কৰিব বুলি আশাবাদী মন্তব্য কৰে।

Leave A Reply

Your email address will not be published.