বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত আজি যাত্ৰীৰ লঘু আহাৰ বা জলপান খোৱাকে ধৰি আন আনুসংগিক বজাৰ কৰাৰ সুবিধাৰ বাবে ৪খন বিপনী মুকলি কৰে।বিপনী কেইখন মুকলি কৰি বিমান বন্দৰ প্ৰাধিকৰণৰ অনুজ আগৰৱালাই কয় যে ভাৰতীয় বন্দৰ প্ৰাধিকৰণ যাত্ৰীৰ সা সুবিধা সমূহৰ প্ৰতি দায়বদ্ধ আৰু দেশৰ আন বিমান বন্দৰৰ দৰে উত্তৰ পূবৰ বিমান বন্দৰত অহা যোৱা কৰা যাত্ৰীসকলে সুবিধা পায় গুৰুত্ব দি আহিছে । অনুষ্ঠানত প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ কেন্দ্ৰীয় কাৰ্যবাহী সঞ্চালক ডি কে কামৰা বৰাঝাৰ বিমান বন্দৰৰ মহা প্ৰবন্ধক জে টি ৰাধাকৃষ্ঞণে ধৰি উচ্চ পৰ্য্যায়ৰ বিষয়া সকল উপস্থিত থাকে।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন