বিল্ডিং আৰ্কিটেকচাৰ,ইন্টেৰিঅৰ আৰু কনষ্ট্রাকশ্বন ক্ষেত্রখনৰ উত্তৰ পূৱ ভাৰতৰ সৰ্ববৃহৎ মঞ্চ বি এ আই চিৰ উদ্যোগত এখন কৰ্মশালা , বৃহৎ প্ৰদৰ্শনী মূলক মেলা ১২ ছেপ্টেম্বৰৰ পৰা ১৪ ছেপ্টেম্বৰলৈ গুৱাহাটী মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত আয়োজন কৰা হৈছে। এই প্ৰদৰ্শনী মূলক মেলা খনৰ লগত ৰাখি আলোচনা চক্ৰ, কৰ্মশালা অনুষ্ঠিত হ’ব। ইভেন্টটোৰ মুখ্য উদ্যোক্তা, পৰিচালক তথা আৰ্কিটেৰ মিলি সিনহা, আৰ্কিটেৰ নেহা মালহোত্রা ইভেন্টৰ প্ৰসংগত কয় যে আমি উত্তৰ পূবৰ ৰাইজৰ পৰা ব্যাপক সঁহাৰি পাইছে। এই ইভেন্টৰ দ্বাৰা নতুন প্ৰজন্মক বিল্ডিং আৰ্কিটেকচাৰ ইন্টেৰিঅৰ ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে বা তেওঁ লোকে কি কি নতুন প্ৰযুক্তিৰে গৃহ নিৰ্মাণ,বা নক্সা প্ৰতিফলিত কৰিব পাৰি। আজি আয়োজিত সংবাদ মেলত বিল্ডাৰ এচ’চিয়েছনৰ অৱ ইন্ডিয়াৰ সভাপতি ৰূপেশ খাখলিয়া, জেষ্ঠ্য স্থাপত্যবিদ দেবাশীষ চক্ৰৱৰ্তী, অভিনেত্রী নিশিতা গোস্বামী, আৰ্কিটেক মিলি সিনহা, নেহা মালহোত্রাৰ লগতে বহুকেইজন উদ্যমী উপস্থিত থাকে।
Trending
- ফিফা বিশ্বকাপ ২০২৬টিএম লৈ ভিছা আৰু এইচডিএফচি বেংকে ওচৰ চপাই আনিছে ভাৰতীয় অনুৰাগীসকলক
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান