বাঁহৰ সা সামগ্ৰীৰ ব্যৱহাৰ আৰু গুৰুত্ব বৃদ্ধি কৰা, কাৰিকৰ সকলক প্ৰশিক্ষণ প্ৰদান কৰা উদ্দেশ্য আগত ৰাখি ভাৰত চৰকাৰৰ উত্তৰ পূব পৰিষদৰ অধীনত মুকলি হয় বেত আৰু বাঁহৰ প্ৰযুক্তিৰ এক উদ্যান।মেঘালয়ৰ বৰ্ণিহাটত অৱস্থিত এই উদ্যানখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰে ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে।উদ্যানখন আনুষ্ঠানিকভাৱে মুকলি কৰি সিঙে কয় যে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে এই প্ৰকল্প হাতত লোৱা হৈছে । ২০১৪চনৰ পৰা প্ৰকল্পটোৰ কাম কাজ আৰম্ভ কৰা হৈছিল ।উল্লেখযোগ্য যে বাঁহ আৰু বেতৰ শিল্পকৰ্মৰ লগত জৰিত উদ্যমী সকলে ইয়াৰ জৰিয়তে এখন মঞ্চ লাভ কৰিব ।উদ্যানখনত বিভিন্ন বাঁহৰ সামগ্ৰী প্ৰস্তুতকৰণ,প্ৰদৰ্শনীৰ লগতে বিক্ৰীও ব্যৱস্থা কৰা হৈছে ।উদ্বোধনী অনুুুষ্ঠানত বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
Trending
- তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি
- আপেন চিগনেল (Opensignal ) তথ্য অনুসৰি এয়াৰটেল হৈছে অসমৰ শীর্ষস্থানীয় মোবাইল নেটৱৰ্ক সেৱা প্রদানকাৰী
- মহিলাৰ দিহানাম প্ৰতিযোগিতা সম্পন্ন
- সামাজিক মাধ্যমত শুদ্ধ ৰূপত ভাষা চৰ্চাৰ লগতে ৰোমান লিপিৰে অসমীয়া লিখাৰ প্ৰৱণতা আমি পৰিহাৰ কৰা উচিত : সিংহল
- দুদিনীয়া কাৰ্য্যসূচীৰে গুৱাহাটীত অসম ফিজিঅ’কন ২০২৪
- জনসজাগতা মূলক কাৰ্য্যসূচী ৰূপায়ন
- পামহী আঞ্চলিক ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ আয়োজন -লাইখুটা স্থাপন
- লেখিকা সমাৰোহ সমিতিৰ বৈঠক সম্পন্ন
- বৰপেটা জিলাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিভিন্ন আচঁনিৰ ৰূপায়নৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিলে বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- মেৰা যুৱ ভাৰত অভিযানৰ প্ৰথম বাৰ্ষিকী সম্পন্ন