গুৱাহাটীৰ ৰেডিশ্বন ব্লুত ২আগষ্ট আৰু ৩ আগষ্টত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বৈশ্বিক পৰ্যটন কনক্লেভ কালি সফলতাৰে সম্পন্ন হয়। ফেয়াৰ ভিউ দ্বাৰা আয়োজিত এই কনক্লেভৰ মূল লক্ষ্য হৈছে পৰ্যটনৰ বিভিন্ন ক্ষেত্রসমূহক একত্রিত কৰা । এই সম্পর্কে আয়োজকে কয় যে এই কনক্লেভ খনৰ জৰিয়তে পৰ্যটনৰ ব্যৱসায়ক উন্মুক্ত কৰাৰ চেষ্টা কৰা হৈছে। পৰ্যটন কনক্লেভৰ লগত সংগতি ৰাখি ভিজুৱেল আঁচনি, পেনেল আলোচনা, নেটৱৰ্ক চেছন অনুষ্ঠিত হয়। কনক্লেভত দক্ষিণ পূব এছিয়াৰ চৰকাৰী পৰ্যটন বৰ্ড, ৰাষ্ট্ৰীয় -আন্তৰাষ্ট্ৰীয় পৰ্যটন সংস্থা সমূহে অংশগ্রহণ কৰে।
Trending
- ১৪ নৱেম্বৰৰ পৰা আৰম্ভ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫
- ১২ নৱেম্বৰত পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যত মুকলি হ’ব হাতী চাফাৰী
- Forest Minister Distributes Cheques to SHG Members
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’
- নিশাৰ আন্ধাৰত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ – চিন্তিত কৃষক টঙিঘৰ সাজি পহৰা দিছে কৃষকে