ব্যৱসায়ত সহায়ক হোৱাকৈ প্ৰকাশ পালে আইন সম্পৰ্কীয় এখন গ্ৰন্থ

0 362

উদ্যমী সকলৰ সহায়ক হোৱাকৈ এখন গ্ৰন্থ প্ৰকাশ পাইছে।গ্ৰন্থ খনৰ লেখক প্ৰফুল্ল কুমাৰ শইকীয়া।প্ৰায় ৪০০ পৃষ্ঠাৰ এই গ্ৰন্থখন উদ্যমী ,ষ্টাৰ্ট আপ,গৱেষকৰ বাবে সহায়ক হ’ব।এই সম্পৰ্কে জানিবলৈ দি লেখক প্ৰফুল্ল কুমাৰ শইকীয়াই কয় যে উদ্যমী সকলে আইনৰ সম্পৰ্কে সবিশেষ তথ্য এই গ্ৰন্থখনত পাব।কোনো ইচ্ছুক ব্যক্তিয়ে বাণীমন্দিৰৰ পৰা গ্ৰন্থখন ক্ৰয় কৰিব পাৰিব।উল্লেখযোগ্য যে ইতিপূৰ্বেও প্ৰফুল্ল কুমাৰ শইকীয়াই অসমৰ উদ্যমী সকলৰ কাহিনী সামৰি এখন গ্ৰন্থ ৰচনা কৰিছিল।

Leave A Reply

Your email address will not be published.