উদ্যমী সকলৰ সহায়ক হোৱাকৈ এখন গ্ৰন্থ প্ৰকাশ পাইছে।গ্ৰন্থ খনৰ লেখক প্ৰফুল্ল কুমাৰ শইকীয়া।প্ৰায় ৪০০ পৃষ্ঠাৰ এই গ্ৰন্থখন উদ্যমী ,ষ্টাৰ্ট আপ,গৱেষকৰ বাবে সহায়ক হ’ব।এই সম্পৰ্কে জানিবলৈ দি লেখক প্ৰফুল্ল কুমাৰ শইকীয়াই কয় যে উদ্যমী সকলে আইনৰ সম্পৰ্কে সবিশেষ তথ্য এই গ্ৰন্থখনত পাব।কোনো ইচ্ছুক ব্যক্তিয়ে বাণীমন্দিৰৰ পৰা গ্ৰন্থখন ক্ৰয় কৰিব পাৰিব।উল্লেখযোগ্য যে ইতিপূৰ্বেও প্ৰফুল্ল কুমাৰ শইকীয়াই অসমৰ উদ্যমী সকলৰ কাহিনী সামৰি এখন গ্ৰন্থ ৰচনা কৰিছিল।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram