গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত ব্ৰহ্মকুমাৰীজ ঈশ্বৰীয়া বিশ্ববিদ্যালয়ৰ আজাৰা ৰাজযোগ কেন্দ্ৰৰ নৱম প্ৰতিষ্ঠা আজি দিৱস উদযাপন কৰা হয় । ৰাজযোগী ব্ৰহ্মকুমাৰ ৰাকেশ ভাইৰ আধ্যাত্মিক পাঠদানৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত কুমাৰী চয়ানিকা, কুমাৰী বৃষ্টি , কুমাৰী অংকিতা , কুমাৰী হিমাক্ষী আৰু লাভলী ঠাকুৰীয়াই নৃত্য প্ৰদৰ্শন কৰে। তেনেদৰে কল্যাণী ঠাকুৰীয়া , মানস ভাই আৰু অপূৰ্ব ভৰদ্বাজে সংগীত পৰিবেশন কৰে । আনহাতে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে প্ৰাক্তন সাংসদ ডাঃ অৰুণ শৰ্মা , ব্ৰহ্মকুমাৰ মুনীন ভাই , ব্ৰহ্মকুমাৰী সুপতা , ব্ৰহ্মকুমাৰী সংহিতা উপস্থিত থাকে । আনহাতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সমূহীয়াভাৱে কেক কটা হয়।
Trending
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত পিএম শ্ৰী স্কুলৰ বাবে এ আই চি টি ইৰ উদ্ভাৱনী বুটকেম্পৰ সামৰণি
- The NSE Board has taken key decisions related to its future plans.
- NSE MD & CEO Welcomes Union Budget 2026–27 for Balancing Growth, Fiscal Discipline and future-Ready Reforms
- NSE Chairperson Hails SEBI No-Objection for IPO as Key Milestone
- এয়াৰটেলে ৩৬ কোটি ভাৰতীয়ক এডবি এক্সপ্ৰেছ প্ৰিমিয়ামৰ বিনামূলীয়া সুবিধা প্
- দৰং জিলাত জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত
- পথৰুঘাট কৃষক বিদ্ৰোহৰ শ্বহীদসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৃষিমন্ত্ৰী অতুল বৰাৰ
- অসম সাহিত্য সভাৰ যুক্তৰাজ্য শাখাৰ উদ্যোগত ৭৬ সংখ্যক শিল্পী দিৱস, ভোগালী বিহু আৰু ডঃ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী উদযাপন
- কাঁচিয়লি’ৰ শিশুনাট সমাৰোহৰ সফল সামৰণি-বাঁহেৰে নিৰ্মিত মঞ্চত মঞ্চস্থ হ’ল পাঁচখনকৈ শিশুনাট
- NSE Headquarters Illuminated in Tricolour on Eve of 77th Republic Day