ভাৰাতীয়া সকললৈ সকাহ-গৃহ মন্ত্ৰালয়ৰ জাননী

0 298

দেশজুৰি বৰ্তমান ক’ৰণা ভাইৰাছৰ আতংক।ক’ৰণাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি দেশজুৰি লক ডাউন ঘোষণা কৰিছে।
 
 
 
লক ডাউনৰ ফলত সকলোৱে ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিব লগীয়া আছে।এনে সময়তে গৃহ মন্ত্ৰালয়ে ৰাজ্য সমূহলৈ বিশেষ জাননী প্ৰেৰণ কৰিছে।
 
 
 
পত্ৰত উল্লেখ থকা অনুসৰি লক ডাউনৰ সময়ত ভাৰাঘৰৰ মালিক সমূহে ভাৰাতীয়া পৰা ভাৰা বিচাৰিব নোৱাৰিব।যদি ভাৰা নিদিয়ে তেন্তে ঘৰ খালি কৰাৰ নিৰ্দেশ দিব নোৱাৰিব।অন্যথা ঘৰৰ মালিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Leave A Reply

Your email address will not be published.