মেকআপৰ কৰ্মশালা অনুষ্ঠিত

0 560

আজিৰে পৰা ১০দিনীয়া কাৰ্য্যসূচীৰে মহানগৰীৰ ৰুক্মিণীগাঁৱত অনুষ্ঠিত হৈছে মেকআপৰ কৰ্মশালা ।বলিউডৰ প্ৰথিতযশা মেক আপ আৰ্টিষ্ট নগেন্দ্ৰ তিৱাৰী আৰু মুম্বাইত প্ৰতিষ্ঠিত মেক আপ আৰ্টিষ্ট জুৰি কলিতাই এই কৰ্মশালাখনত প্ৰশিক্ষণ প্ৰদান কৰিছে।মেকআপৰ কৰ্মশালাখন আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে চিম্পল গগৈয়ে।উদ্বোধনী অনুষ্ঠানত ফটোগ্ৰাফাৰ পল্লৱ মহন্ত, ডিজাইনাৰ পায়েল গোস্বামী ,ৰজী বৰা,অভিনেত্ৰী অবিস্মিতা ভৰদ্বাজ উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.