মৰিগাঁৱৰ ঐতিহ্যক সামৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল গীত

0 290

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮সংখ্যক বাৰ্ষিক অধিবেশনলৈ মাজতে আৰু মাত্ৰ কেইটামান দিন বাকী আছে ।এনে সময়তে অলপতে মুকলি হৈছে মৰিগাঁও জিলাৰ ইতিবৃত্ত সামৰি এটা বিশেষ গীত।গীতটো পৰিকল্পনা কৰিছে বাবুল বৰা আৰু ৰচনা কৰিছে ধ্ৰুৱ জ্যোতি ৰাজখোৱাই । এই গীতটোত কণ্ঠদান কৰিছে বিদ্যাসাগৰে।গীতটোৰ মৰিগাঁও জিলাৰ কইনা কন্দা শিল, মায়ং,শিলচাং,জোনবিল মেলা আদি প্ৰসংগই স্থান লাভ কৰিছে।উল্লেখযোগ্য যে অহা ৬ফেব্ৰুৱাৰীৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮সংখ্যক অধিবেশন মৰিগাঁৱত অনুষ্ঠিত হ’ব ।

Leave A Reply

Your email address will not be published.