লখিমপুৰত আলি আঃয়ে লৃগাংৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। মিচিং জনগোষ্ঠীৰ প্ৰাণৰ কৃষিজীৱি উৎসৱ আলি আ:য়ে লৃগাং।ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিং সম্প্ৰদায় লোকে উদযাপন কৰে আলি আয়ে লৃগাং। উল্লেখ্য যে উত্তৰ লখিমপুৰত এইবাৰ আলি আ:য়ে লৃগাং উদযাপন কৰা ৫০ বছৰ পূৰ্ণ হ’ব।এই বাবে সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ বাবে এতিয়াৰে পৰা ব্যাপক প্ৰস্তুতি চলোৱা দেখা গৈছে।সোণালী জয়ন্তী কেন্দ্ৰীয় আলি আয়ে লৃগাঙৰ উদযাপনৰ বাবে উত্তৰ লখিমপুৰৰ কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ মুৰং উকুম লত্তাত আজি মাংগলিক নীতি নিয়মৰে লাইখুটা স্থাপন কৰা হয়।
Trending
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ