শিৱাংগী শৰ্মাৰ সফলতা

0 170

অসমৰ উদীয়মান সাঁতোৰবিদ শিৱাংগী শৰ্মাই আগন্তুক এছিয়ান গেমছত স্থান লাভ কৰিছে। হায়দৰাবাদত অনুষ্ঠিত চিনিয়ৰ একুৱাটিকছ চেম্পিয়নশ্বিপত প্ৰচণ্ড প্ৰদৰ্শনৰ বাবে অৰ্হতা লাভ কৰিছে।

এছিয়ান গেমছত ১০০ মিটাৰ ফ্ৰীষ্টাইল ইভেণ্টত অংশগ্ৰহণ কৰিব শিৱাংগীয়ে। ছিনিয়ৰ একুৱাটিকছ চেম্পিয়নশ্বিপত শিৱাংগীয়ে ৫৭.৯৯ ছেকেণ্ডত ৰূপৰ পদক লাভ কৰে।উল্লেখ্য যে অহা ২৩ ছেপ্টেম্বৰৰ পৰা ৮ অক্টোবৰলৈ চীনৰ হাংঝুত এছিয়ান গেমছ অনুষ্ঠিত হ’ব।

Leave A Reply

Your email address will not be published.