দেৰগাঁৱৰ এজন যুৱকে চমক সৃষ্টি কৰিছে।যুৱকজনে অলপতে সাজি উলিয়াইছে সৌৰ শক্তি চালিত এখন চাৰিচকীয়া বাহন।জানিব পৰা মতে এই বাহন খনে ইতিমধ্যে ২০ কি মি অতিক্ৰম কৰিছে।এই সৌৰ শক্তি চালিত বাহনখনত সংযুক্ত কৰা হৈছে অত্যাধুনিক কাৰিকৰী কৌশল । দেৰগাঁৱৰ বালিবাটৰ যুৱক আফাজুল পেছাত এগৰাকী অাৰ্টৰ শিক্ষক।১ বছৰ জোৰা প্ৰচেষ্টাৰ অন্ততঃ নিজস্ব উদ্ভাৱনী শক্তিৰে আফাজুৰে এই বাহন খন নিৰ্মাণ কৰি উলিয়াইছে ।বাহনখনৰ ব্যৱসায়িক মূল্য ১লাখ ৫০টকা।উল্লেখযোগ্য যে ইতিপূৰ্বেও আফাজুলে ৰবট নিৰ্মাণ কৰি সংবাদৰ শিৰোনাম দখল কৰিছিল ।
Trending
- কামৰূপ মহানগৰ জিলাৰ পাঁচ স্থানত অৰুণোদয় ৩.০ ৰ শুভাৰম্ভ
- বিশ্বকৰ্মা মূৰ্তি নিমজ্জন প্ৰক্ৰিয়া আয়োজন
- National Lok Adalat & Consumer Awareness Programme on Lok Adalat Organized
- ডিমৰীয়া মহাবিদ্যালয়ত বিশ্ব অ’জন দিৱস ২০২৪ৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান
- দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপো মাৰ্টত কালিৰেপৰা অনুষ্ঠিত হৈছে চেমিকন ইণ্ডিয়া২০২৪’ সন্মিলন
- Career Counselling Seminar held at ADBU
- এয়াৰটেল ফাইনান্সে আৰম্ভ কৰিছে নতুন আঁচনি
- সুধাকন্ঠৰ সমাধি ক্ষেত্ৰত অনুষ্ঠিত হ’ল স্মৃতি তৰ্পণ অনুষ্ঠান
- জুবলী ফাউণ্ডেচনৰ উদ্যোগত মৃতকৰ অংগদান কৰ্মশালা
- এয়াৰটেলে তীব্ৰতৰ বাউজিং গ্ৰাহকক প্ৰদান কৰিছে