স্থানীয়ভাৱে পোৱা যন্ত্ৰাংশই ট্ৰেক্টৰ নিৰ্মাণ কৰিছে কনক গগৈয়ে

0 344

প্ৰধানমন্ত্ৰী মোডীয়ে লোকেল ভ’কেলক গুৰুত্ব দিবলৈ পৰামৰ্শ আগবঢ়োৱাৰ সময়তে এজন উদ্ভাৱকে স্থানীয়ভাৱে এখন ট্ৰেক্টৰ উদ্ভাৱন কৰিছে। গুৱাহাটীৰ ব্যৱসায়ী কনক গগৈয়ে সহজতে পোৱা যন্ত্ৰাংশৰে ট্ৰেক্টৰ নিৰ্মাণ কৰিছে।
 
 
 
 
আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল এয়ে যে ট্ৰেক্টৰখনৰ মূল্য এখন বাইকৰ সমান। উল্লেখযোগ্য যে ১৯৯৭চনৰ পৰা তেখেতে বিভিন্ন সা সঁজুলি উদ্ভাৱন কৰি আহিছে। ট্ৰেক্টৰখনৰ বিষয়ে সবিশেষ জানিবলৈ ৬০০৩৭৬৫২৪৮নম্বৰত যোগাযোগ কৰিব পাৰে।

Leave A Reply

Your email address will not be published.