চ’চিয়েল মেডিয়াত আজিৰ তাৰিখত ভাইৰেল হৈ পৰিছে এজনী কণমানিৰ ফটো।মণিপুৰৰ লিচিপ্ৰিয়া কাংউজাম নামৰ কণমানিজনীয়ে চুইজাৰলেণ্ডৰ জেনেভাত অনুষ্ঠিত হোৱা ডিজাষ্টাৰ ৰিস্ক ৰিডাকচনত সন্মিলনত অংশ লোৱাৰ সুযোগ পায়।সম্প্ৰতি দিল্লীত বাস কৰা ৭বছৰীয়া লিচিপ্ৰিয়াই দ্বিতীয় শ্ৰেণীত অধ্যয়ন কৰি আছে।এই বৃহৎ সন্মিলনত অংশগ্ৰহণ কৰা লিচিপ্ৰিয়া হ’ল আটাইতকৈ কমবয়সীয়া প্ৰতিনিধি ।উল্লেখযোগ্য যে ১৩ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ অনুষ্ঠিত হোৱা সন্মিলন খনত ১৪০খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল।লিচিপ্ৰিয়াৰ সফলতাৰ বাবে সমূহ দেশবাসী গৌৰৱান্বিত ।
Trending
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা
- মুম্বাইত গগনাৰ ৰঙালী বিহু উদযাপন