চ’চিয়েল মেডিয়াত আজিৰ তাৰিখত ভাইৰেল হৈ পৰিছে এজনী কণমানিৰ ফটো।মণিপুৰৰ লিচিপ্ৰিয়া কাংউজাম নামৰ কণমানিজনীয়ে চুইজাৰলেণ্ডৰ জেনেভাত অনুষ্ঠিত হোৱা ডিজাষ্টাৰ ৰিস্ক ৰিডাকচনত সন্মিলনত অংশ লোৱাৰ সুযোগ পায়।সম্প্ৰতি দিল্লীত বাস কৰা ৭বছৰীয়া লিচিপ্ৰিয়াই দ্বিতীয় শ্ৰেণীত অধ্যয়ন কৰি আছে।এই বৃহৎ সন্মিলনত অংশগ্ৰহণ কৰা লিচিপ্ৰিয়া হ’ল আটাইতকৈ কমবয়সীয়া প্ৰতিনিধি ।উল্লেখযোগ্য যে ১৩ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ অনুষ্ঠিত হোৱা সন্মিলন খনত ১৪০খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল।লিচিপ্ৰিয়াৰ সফলতাৰ বাবে সমূহ দেশবাসী গৌৰৱান্বিত ।
Trending
- National Lok Adalat & Consumer Awareness Programme on Lok Adalat Organized
- ডিমৰীয়া মহাবিদ্যালয়ত বিশ্ব অ’জন দিৱস ২০২৪ৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান
- দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপো মাৰ্টত কালিৰেপৰা অনুষ্ঠিত হৈছে চেমিকন ইণ্ডিয়া২০২৪’ সন্মিলন
- Career Counselling Seminar held at ADBU
- এয়াৰটেল ফাইনান্সে আৰম্ভ কৰিছে নতুন আঁচনি
- সুধাকন্ঠৰ সমাধি ক্ষেত্ৰত অনুষ্ঠিত হ’ল স্মৃতি তৰ্পণ অনুষ্ঠান
- জুবলী ফাউণ্ডেচনৰ উদ্যোগত মৃতকৰ অংগদান কৰ্মশালা
- এয়াৰটেলে তীব্ৰতৰ বাউজিং গ্ৰাহকক প্ৰদান কৰিছে
- গুৱাহাটী কবি কিশোৰ কুমাৰ জৈনৰ দুখনকৈ কাব্যগ্ৰন্থ উন্মোচন
- তামুলপুৰত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সম্পৰ্কীয় প্ৰশিক্ষণ