শোণিতপুৰৰ বালিপৰা সংৰক্ষিত বনাঞ্চলত কেইবাটাও সাপ মুকলি কৰি দিয়ে সৰ্প বান্ধৱ সৌৰভ বৰকটকীয়ে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হোৱা ভংয়কৰ বানত উটি আহি তেজপুৰ চহৰৰ বহু লোকৰ ঘৰত প্ৰবেশ কৰা ২ টা প্ৰকাণ্ড অজগৰ, এডাল বিষাক্ত ৰজা ফেঁটি আৰু এটা গুঁই সাপ উদ্ধাৰ কৰি বালিপৰা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে। উল্লেখ্য যে সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে এতিয়ালৈকে তিনি হাজাৰতকৈও অধিক বিষাক্ত সাপ শোণিতপুৰ জিলাৰ ভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰি বনাঞ্চলত মুকলি কৰিছে বুলি জানিব পৰা গৈছে।
Trending
- ‘দ্য বিউটিফুল ট্ৰেজেডি’ উপন্যাসৰ বাবে তুলসী দিৱসত লেখক-সাংবাদিক মৰম কুমাৰলৈ পথাৰ পাব্লিচাৰ্ছৰ বিশেষ সন্মান
- তামুলপুৰত জব্ মেলা আৰু লোন মেলাৰ সফল সামৰণি-মুঠ ৩১.৩৮ কোটি টকাৰ ৭৮১টা লোন মঞ্জুৰ
- নেহেৰু যুৱ কেন্দ্ৰ মৰিগাঁৱৰ উদ্যোগত ‘সু-শাসন’ দিৱস
- চ’চাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ বাৰ্ষিক অধিবেশন সম্পন্ন
- গ্ৰাহকক অস্বাস্থ্যকৰ পৰিবেশত মাছ – মাংস বিক্ৰী ; গুৱাহাটী পৌৰ নিগমৰ অভিযানত ৫৬ হাজাৰ টকাৰ জৰিমণা সংগ্ৰহ
- গুৱাহাটী প্ৰেছ ক্লাবত বহুভাষিক দুমহীয়া আলোচনী মহাৰ্ণৱৰ পঞ্চম বৰ্ষপূৰ্তি পালন
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ