শোণিতপুৰৰ বালিপৰা সংৰক্ষিত বনাঞ্চলত কেইবাটাও সাপ মুকলি কৰি দিয়ে সৰ্প বান্ধৱ সৌৰভ বৰকটকীয়ে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হোৱা ভংয়কৰ বানত উটি আহি তেজপুৰ চহৰৰ বহু লোকৰ ঘৰত প্ৰবেশ কৰা ২ টা প্ৰকাণ্ড অজগৰ, এডাল বিষাক্ত ৰজা ফেঁটি আৰু এটা গুঁই সাপ উদ্ধাৰ কৰি বালিপৰা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে। উল্লেখ্য যে সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে এতিয়ালৈকে তিনি হাজাৰতকৈও অধিক বিষাক্ত সাপ শোণিতপুৰ জিলাৰ ভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰি বনাঞ্চলত মুকলি কৰিছে বুলি জানিব পৰা গৈছে।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন